অইল ইণ্ডিয়াত ৪২১ চাকৰি
Oil India Limited jobs in Duliajan 2024
অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানস্থিত ক্ষেত্র মুখ্য কার্যালয়ত ৪২১টা ৱৰ্ক পাৰ্চন পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীয়ে অনলাইনযোগে আবেদন জনাব পাৰিব।
তৃতীয় বৰ্গৰ (Grade-3) Mechanic Diesel খালী পদৰ সংখ্যা ৮৯টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠানৰ পৰা মেকানিক ডিজেল ট্রেডৰ অনুজ্ঞাপত্ৰ লাভ কৰা হ'ব লাগিব।
এফটিআৰ (Fitter) পদৰ সংখ্যা ১৮৮টা
- প্রার্থীসকল দশম শ্রেণী উত্তীৰ্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা ফিটাৰ ট্রেডত প্ৰমাণ-পত্র থকা হ'ব লাগিব।
ডব্লিউ এলডিৰ (Welder) খালী পদৰ সংখ্যা ৬টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা বেল্ডাৰ ট্রেডৰ প্ৰমাণ- পত্র থকা হ'ব লাগিব।
আইএমচি (Instrument Mechanic Trade)ৰ খালী পদৰ সংখ্যা ২৪টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা ইষ্টুমেন্ট মেকানিক ট্ৰেডৰ প্ৰমাণ-পত্ৰ থকা হ'ব লাগিব।
এএফএল (Electrician) ৰ খালী পদৰ সংখ্যা ৩২টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা ইলেক্ট্রিচিয়ান ট্রেডত প্রমাণ-পত্র থকা হ'ব লাগিব।
এএমই (Electronics Mechanic Trade) ৰ খালী পদৰ সংখ্যা ১৩টা
- প্রার্থীসকল দশম শ্ৰেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্রনিকছ মেকানিক ট্রেডত প্রমাণ- পত্র থকা হ'ব লাগিব।
এএমএ (Mechanic Motor Vehicle) ৰ খালী পদৰ সংখ্যা ১০টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতি প্রাপ্ত প্রতিষ্ঠানব পৰা মেকানিক মটৰ ভেহিকল ট্রেডত প্রমাণ-পত্র থকা হ'ব লাগিব।
এএছটি (AST) ৰ খালী পদৰ সংখ্যা ৩টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠানৰ পৰা চাৰ্ভেয়ৰ ট্রেডত প্রমাণ-পত্র থকা হ'ব লাগিব।
এআইটি ৰ খালী পদ ৭টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা আইটি এণ্ড ইএছএম/আইচিটিএছএম/আইটিৰ ট্রেডত প্রমাণ-পত্র থকা হ'ব লাগিব।
পিএলইউ (Plumber) ৰ খালী পদ ৬টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠানৰ পৰা প্লাম্বাৰ ট্রেডত প্রমাণ-পত্র থকা হ'ব লাগিব।
আৰএচি ৰ খালী পদ ৪টা
- প্রার্থীসকল দশম শ্রেণী উত্তীৰ্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠানৰ পৰা বেফ্রি জেৰেচন ত্মাৰু এয়াৰ কণ্ডিচনাৰ টেকনিচিয়ান ট্রেডত প্রমাণ-পত্র থকা হ'ব লাগিব।
ইএলএল (Wire man) খালী পদ ২টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা ৱেৰমেন ট্রেডত প্রমাণ-পত্র থকা হ'ব লাগিব।
ইএলচি (ELC)ৰ খালী পদ ২টা
- প্রার্থীসকল দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠানৰ পৰা বেৰমেন ট্রেডত প্ৰমাণ- পত্র থকা হ'ব লাগিব।
অ'পিটি (OT Technology)ৰ খালী পদ ৩টা
- প্রার্থীসকল দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা অ'টি টেক'নলজীৰ ডিপ্লমা থকা হ'ব লাগিব।
মূল বিজ্ঞাপনত বিভিন্ন পদৰ অৰ্হতা সুকীয়াকৈ প্রকাশ কৰা হৈছে। সেই অনুসৰি ইচ্ছুক আৰু অর্হতাসম্পন্ন প্রার্থীসকলে অনলাইনযোগে প্রতিষ্ঠানটোৰ ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব।
Apply link : https://oilmulti.cbtexamportal.in
0 Comments