Assistant librarian, MTS, Clerk job apply today

 কাল্টিভেছন অৱ ছায়েঞ্চ ৩০ পদ খালী

Cultivation of Science 30 posts are vacant

jobs

Last Date 24 November 2023

Apply Link : Technical Related

কাল্টিভেছন অৱ ছায়েঞ্চ, যাদৱপুৰত ৩০ টা খালী পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। গ্রুপ এ, বি আৰু চিৰ বিভিন্ন পদৰ বাবে কৰ্মচাৰী নিয়োগ কৰা হ'ব। অফলাইনেৰে ইয়াৰ বাবে ইতিমধ্যেই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰতিষ্ঠানটোত নিযুক্তি দিয়া হ'ব


  • এছিচটেণ্ট ৰেজিষ্টাৰ্ড,
  • এছিচটেণ্ট লাইব্ৰেৰীয়ান,
  • এচিছটেণ্ট ফাইনেন্স এণ্ড একাউন্স,
  • পাৰ্ছনেল এচিছটেণ্ট টু ৰেজিষ্টাৰ,
  • টেকনিকেল এচিছটেণ্ট-বি,
  • আপাৰ ডিভিজন ক্লাৰ্ক আৰু
  • মাল্টি টাস্কিং ষ্টাফ পদত


মুঠ খালী পদৰ সংখ্যা ৩০টা।

বিভিন্ন পদত আবেদনৰ বয়সৰ সীমা আৰু মাহিলী বেতনৰ পৰিমাণো বিভিন্ন।

অৱশ্যে প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ'লেহে এই পদসমূহত আবেদন কৰিব পাৰিব ।

সংৰক্ষিতসকলৰ ক্ষেত্ৰত ৰেহাই থাকিব।

নিযুক্তি প্রাপ্তসকলক ১৮ হাজাৰ টকাৰ পৰা ৫৬,১০০টকালৈ প্ৰতি মাহে দৰমহা দিয়া হ'ব। ইয়াৰ উপৰি থাকিব অন্যান্য সুবিধা।

মাল্টি টাস্কিং ষ্টাফ পদৰ বাহিৰে অন্য পদসমূহত আবেদনৰ বাবে প্রার্থীসকল স্নাতক হোৱা প্ৰয়োজন।

ইয়াৰ উপৰি কেইবছৰমানৰ পেছাদাৰী অভিজ্ঞতাৰ প্ৰয়োজন ।

সকলো পদৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ বিষয়ে মূল বিজ্ঞপ্তিত বিশদভাৱে প্ৰকাশ কৰা হৈছে।

সিদ্ধান্ত অনুসৰি সংশ্লিষ্ট পদসমূহত লিখিত পৰীক্ষা, স্কিল/ট্রেড টেষ্ট আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্রার্থীসকলক নিয়োগ কৰা হ'ব।

সকলো পৰীক্ষাৰ দিনক্ষণ যথাসময়ত জনোৱা হ'ব।

^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^


Cultivation of Science, Jadavpur invites applications for 30 vacancies. Staff will be recruited for various posts in Groups A, B and C. The application process has already started offline.


  • Assistant Registered,
  • Assistant Librarian,
  • Assistant Finance & Accounts,
  • Personal Assistant to Register,
  • Technical Assistant-B,
  • Upper Division Clerk and
  • Multi-tasking staff 


The total number of vacancies is 30


The age limit and monthly salary for different posts are also different.


However, candidates can apply for these posts only if they are between 18 to 35 years of age.


There will be exemption for reserved persons.


The recruits will be paid a salary ranging from Rs 18,000 to Rs 56,100 per month. There will also be other facilities.


Candidates are required to be graduates for applying for posts other than Multi Tasking Staff posts.


In addition, several years of professional experience is required.


The qualifications required for all posts are detailed in the original circular.


As per the decision, candidates will be recruited through written test, skill/trade test and interview for the posts concerned.


All examination dates will be announced in due course.












Post a Comment

0 Comments