Apply jobs today | Only for Graduated students | CSIR last date 12 Jan 2024


graduate jobs

চিএছআইআৰত ৪৪৪ পদৰ বিজ্ঞাপন

Last date to apply : 12/01/2024


কাউঞ্চিল অব ছায়েন্টিফিক এণ্ড ইন্ডাষ্ট্রিয়েল বিচাৰ্ছ (চিএছআইআৰ)ত ৪৪৪টা খালী পদত নিযুক্তি দিয়াৰ বাবে উপযুক্ত আৰু ইচ্ছুক প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে।


ছেকচন অফিচাৰৰ খালী পদ ৭৬টা

  • ইয়াৰে ২৮টা পদ সংৰক্ষণমুক্ত
  • নিযুক্তিপ্রাপ্ত প্রার্থীসকলক মাহিলি ৪৭,৬০০ টকাৰ পৰা ১,৫১,১০০ টকা দৰমহা দিয়া হ'ব।


এছিছটেণ্ট ছেকচন অফিচাৰৰ খালী পদব সংখ্যা ৩৬৮টা


  • ইয়াৰে ২৩৭টা পদ সংৰক্ষণমুক্ত
  • নিযুক্তিপ্রাপ্ত প্রার্থীসকলক মাহিলি ৪৪,৯০০ টকাৰ পৰা ১,৪২,৪০০ টকা দৰমহা দিয়া হ'ব
  • আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক হোৱা বাঞ্ছনীয়।
  • প্ৰাৰ্থীৰ বয়স ৩৩ বছৰৰ অধিক হ'ব নালাগিব।
  • অৱশ্যে এছচি আৰু এছটি প্রার্থীৰ বয়স ৫ বছৰ,
  • অ'বিচি/এনচিএল শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ৩ বছব,
  • পিডব্লিউবিডি প্ৰাৰ্থীৰ বয়স ১০ বছৰ,
  • পিডব্লিউবিডি (এছচি/এছটি) শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ১৫ বছৰ ৰেহাই দিয়া হ'ব।
  • প্ৰাৰ্থীসকলৰ কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী থাকিব লাগিব।
  • আবেদনৰ সৈতে অসংৰক্ষিত, অ'বিচি (এনচিএল) আৰু ইডব্লিউএছ শ্ৰেণীৰ প্রার্থীয়ে ৫০০ টকা জমা দিব লাগিব।
  • আগ্রহী আৰু অৰ্হতাসম্পন্ন প্রার্থীয়ে অনলাইনৰ জৰিয়তে আবেদন জনাব লাগিব।
  • ইয়াৰ বাবে তেওঁলোকে অফিচিয়েল কম্বাইনড এডমিনিষ্ট্রেটিভ ছার্ভিচ এক্সামিনেচন ২০২৩ ৰিকুইটমেন্ট প'ৰ্টেলৰ জৰিয়তে আবেদন জনাব পাৰিব।
  • আবেদনৰ অন্তিম তাৰিখ ১২ জানুৱাৰী।


Post a Comment

0 Comments