Popular jobs in assam 2024 latest

assam jobs

মহিলা আৰু শিশু উন্নয়ন বিভাগত ৪৯ চাকৰি


অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগত ৪৯গৰাকী শিশু উন্নয়ন প্রকল্প বিষয়াৰ পদ খালী উপযুক্ত প্ৰাৰ্থীৰ পৰা অসম লোকসেৱা আয়োগে আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব।


  • ইয়াৰে ২০টা পদ সংৰক্ষিত,
  • অ'বিচি/এমঅ'বিচিৰ বাবে ১৫টা,
  • এছচি আৰু এছটি (পি)ৰ বাবে ৬টা,
  • এছটি (এইচ)ৰ বাবে ৪টা পদ খালী আছে।

Important Point

1) নিযুক্তিপ্রাপ্ত প্রার্থীসকলক মাহিলি ২২ হাজাৰ টকাৰ পৰা ৯৭ হাজাৰ টকা (Rs. 22000-97000) দৰমহা দিয়া হ'ব।

2) প্ৰাৰ্থীৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ২১ বছৰৰ কম আৰু ৩৮ বছৰৰ অধিক হ'ব নালাগিব।

3) এছচি আৰু এছটি প্রার্থীৰ বয়স ৫বছৰ,

4) অ'বিচি/এমঅ'বিচিৰ ৩বছৰ,

5) পিডব্লিউবিডি প্ৰাৰ্থীৰ বয়স ১০ বছৰ ৰেহাই দিয়া হ'ব।

6) প্রার্থীসকল ভাবতীয় নাগৰিক হোৱাটো বাধ্যতামূলক।

7) তদুপৰি তেওঁলোকৰ অসমৰ স্থায়ী বাসিন্দা হোৱাৰ প্ৰমাণ-পত্র (PRC) থাকিব লাগিব।

8) এই পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ Arts/Science/commerce বিষয়ত ফিল'ছফী/এডুকেশন/ছাইক'লজী/ইকোনমিক্স সহ স্নাতক ডিগ্রীধাৰী হ'ব লাগিব।

5) অথবা প্রার্থীসকলৰ ক'লা, বিজ্ঞান, বাণিজ্য আৰু ছ'চিয়েল বর্ক, লেবার্ব' এণ্ড ছ'চিবেল বেলফেয়াৰ/ এন্ট্র'পল'জী/ক্রিমিন'লজী বিষয়ত স্নাতক ডিগ্রী অথবা ডিপ্ল'মা থকা বাঞ্ছনীয়।

6) প্রার্থীসকলে আবেদনপত্ৰৰ সৈতে মাচুল জমা দিব লাগিব।

7) সাধাৰণ / ইডব্লিউএছ (General/EWS) - ২৯৭.২০ টকা,

8) এছচি/এছটি/অ'বিচি/এমঅ'বিচি (SC/ST/OBC/MOBC) - ১৯৭.২০টকা,

9) বিপিএল প্রার্থীয়ে (BPL) - ৪৭.২০টকা,

10) পিডব্লিউবিডি (PWD) প্রার্থীয়ে - ৪৭.২০টকা আবেদন মাচুল জমা দিব লাগিব।

11) আবেদনৰ অন্তিম তাৰিখ ১৮ জানুবাৰী।

12) আগ্রহী প্রার্থীসকলে অসম লোকসেৱা আয়োগৰ প'ৰ্টেল যোগে আবেদন জনাব লাগিব।

Apply : click here


Post a Comment

0 Comments