আসাম ফাইনেন্সিয়েল কৰ্প'ৰেচনত পদ মুকলি
Assam financial corporation recruitment
last date 11 january 2024
আসাম ফাইনেন্সিয়েল কর্প'ৰেচনে ২৩গৰাকী ষ্টাফ অফিচাৰ, জুনিয়ৰ এছিছটেন্ট আৰু মেছেঞ্জাবৰ খালী পদৰ বাবে আবেদন আহ্বান কৰিছে।
ষ্টাফ অফিচাৰ (জেনেবেল) ৰ খালী পদৰ সংখ্যা ৬টা।
- প্রার্থীসকলক মাহিলি ২২,০০০ টকাৰ পৰা ৮৭,০০০ টকা দৰমহা দিয়া হ'ব।
- প্রার্থীসকল বাণিজ্যৰ স্নাতক হোৱাৰ লগতে এমবিএ (ফাইনেন্স) অথবা পিজিডিএম (ফাইনেন্স) ডিগ্রীধাৰী হ'ব লাগিব।
- বিজ্ঞানৰ স্নাতক আৰু এমবিএ অথবা পিজিডিডিএম ডিগ্রীধাৰীসকলেও আবেদন জনাব পাৰিব।
- তদুপৰি, যিসকল প্রার্থীয়ে আইন বিষয়ত বেংকিং ল'সহ স্নাতক অথবা স্নাতকোত্তৰ ডিগ্রীধাৰীসকলেও আবেদন জনাব পাৰিব।
- প্রার্থীসকলৰ অতিকমেও ৪ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
- ব্যক্তিগত/অর্ধচৰকাৰী/পিএছইউ/বিভ প্রতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা থকাসকলক অগ্রাধিকাৰ দিয়া হ'ব।
- প্রার্থীৰ বয়সৰ উচ্চ সীমা ৩৫ বছৰ।
ষ্টাফ অফিচাৰ (টেকনিকেল) ৰ খালী পদৰ সংখ্যা ৪টা।
- প্রার্থীসকলক মাহিলি ২২,০০০ টকাৰ পৰা ৮৭,০০০ টকা দৰমহা দিয়া হ'ব।
- প্রার্থীসকলৰ তথ্য- প্রযুক্তিত প্রথম শ্রেণীসহ বিই/বি টেক/এমএছচি ডিগ্রী থাকিব লাগিব।
- প্রার্থীৰ অতিকমেও দুবছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
- প্রার্থীৰ বয়স হ'ব লাগিব ৩৫ বছৰ।
জুনিয়ৰ এছিছটেণ্টৰ খালী পদৰ সংখ্যা ৮টা।
- প্রার্থীৰ দৰমহা ১৪,০০০ পৰা ৪৯,০০০ টকা।
- প্রার্থীসকল কোনো স্বীকৃতিপ্রাপ্ত শিক্ষা প্রতিষ্ঠানৰ পৰা কম্পিউটাৰ অ'পাৰেচনত বিএ/বিএছচি/বিকম ডিগ্রীধাৰী হ'ব লাগিব।
- প্রার্থীৰ অতিকমেও এবছৰ কাম কৰাব অভিজ্ঞতা থাকিব লাগিব।
- বয়সৰ উচ্চ সীমা ৩৫ বছৰ।
মেছেঞ্জাৰৰ খালী পদৰ সংখ্যা ৫টা।
0 Comments