ad

Ticker

10/recent/ticker-posts

MTS recruitment

 মীন বিভাগত নিযুক্তিৰ বাবে আবেদন আহ্বান

Fisheries Department Jobs

MTS

Last Date 30 Nov 2023

Apply link : https://fisheriesdirector.assam.gov.in/ 

অসম চৰকাৰৰ অধীনস্থ মীন বিভাগত প্রধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত চুক্তিৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব। এই সম্পর্কে প্রকাশিত বিজ্ঞাপন অনুসৰি ১১ টা ডিষ্ট্রিক্ট প্রগ্রেম মেনেজাৰ আৰু মাল্টি টাস্কিং ষ্টাফৰ খালী পদত প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব। আগ্ৰহী আৰু উপযুক্ত প্রার্থীয়ে আবেদন জনাব পাৰিব।

1) ডিষ্টিক্ট প্ৰগ্ৰেম মেনেজাৰৰ খালী পদৰ সংখ্যা ১০টা।

  • প্রার্থীসকলক মাহিলি ৪৫০০০ হাজাৰ টকা দৰমহা দিয়া হ'ব।
  • এই পদৰ বাবে প্ৰাৰ্থীসকলে ফিছাৰী ছায়েঞ্চ, জুল’জীত স্নাতকোত্তৰ ডিগ্ৰীধাৰী, মেৰিন ছায়েঞ্চত স্নাতকোত্তৰ ডিগ্ৰীধাৰী, মেৰিন বায়’লজীত স্নাতকোত্তৰ, ফিছাৰী ইক’নমিক্সত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।
  • প্ৰাৰ্থীসকলৰ আইটি অথবা কম্পিউটাৰ এপ্লিকেচনৰ ন্যূনতম ডিপ্ল’মা থকা বাঞ্ছনীয় ।
  • আবেদনকাৰীৰ মীন বিভাগৰ যিকোনো কামত ৩ বছৰৰ অভিজ্ঞতা থকা প্ৰয়োজন।
  • প্ৰাৰ্থীৰ বয়স ৩৫ বছৰৰ অধিক হ’ব নালাগিব।


2) মাল্টি টাস্কিং ষ্টাফৰ খালী পদ ১টা।

  • প্রার্থীক ১৫ হাজাৰ টকা প্ৰতিমাহে দৰমহা দিয়া হ'ব।
  • প্ৰাৰ্থী দশম শ্রেণী উত্তীর্ণ হোৱা প্ৰয়োজন।
  • প্ৰাৰ্থীৰ বয়স ৩৫, বছৰৰ অধিক হ'ব নালাগিব।
  • আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ।
  • ইচ্ছুক প্রার্থীসকলে বিভাগীয় ৱেবছাইটত আবেদন জনাব পাৰিব__________________________________________________


Applications are invited for recruitment in the Fisheries Department


Candidates will be recruited on contract basis under the Prime Minister's Fisheries Resources Scheme in the Fisheries Department under the Government of Assam. According to the advertisement, candidates will be recruited for 11 vacancies of District Program Manager and Multi Tasking Staff. Interested and eligible candidates can apply. 

1) District Program Manager

  • Candidates will be paid a monthly salary of Rs 45,000
  • Candidates should hold a Master's Degree in Fisheries Science, Zoology, Master's Degree in Marine Science, Master's Degree in Marine Biology and Master's Degree in Fisheries Economics. 
  • Candidates are required to have a minimum Diploma in IT or Computer Applications. 
  • Applicants should have 3 years experience in any job in the fisheries department. 
  • Candidates should not be above 35 years of age. 

2) Multi Tasking Staff

  • Candidates will be paid a salary of Rs. 15,000 per month. 
  • Candidates should have passed Class X. 
  • Candidates should be not more than 35 years of age. 








Post a Comment

0 Comments