ad

Ticker

10/recent/ticker-posts

All jobs in one portal | Railway jobs last date 12 Feb 2024

jobs


ৰে'লৱেৰ একাধিক বিভাগত চাকৰি


  • ৰে'ল বিভাগত চাকৰিৰ সুযোগ আহিছে প্ৰাৰ্থীসকলৰ বাবে।
  • দশম উত্তীর্ণ ব্যক্তিসকলক এপ্রেন্টিছ হিচাপে প্রশিক্ষণ দিয়া হ'ব।
  • অবশ্যে এইক্ষেত্রত মাধ্যমিক অথবা সমপর্যায়ৰ পৰীক্ষাত ৫০ শতাংশবো অধিক নম্বৰ থকা প্রয়োজন।
  • তেওঁলোকৰ নেচনেল কাউঞ্চিল ফৰ ভকেচনেল ট্রেইনিং অনুমোদিত ইন্ডাষ্ট্রিয়েল ট্রেইনিং ইনষ্টিটিউটৰ প্রমাণ-পত্র থাকিব লাগিব।
  • আগ্রহীসকলৰ বয়স ১৫ৰ পৰা ২৪ বছৰৰ ভিতৰত হ'ব লাগিব।
  • তেওঁলোকৰ ফিটাৰ, টার্নাব, বেল্ডাৰ, মেকানিষ্ট, মেকানিক, পেইন্টাৰ, কাৰ পেইন্টাৰ, ৰেফ্ৰিজাৰেটৰ এচি মেকানিক, ইলেক্ট্রিচিয়ান, বেৰমেন বিষয়ত প্রশিক্ষণ থকা হ'ব লাগিব।
  • ৰে'লৱেৰ বিভিন্ন বকশ্বপত তেওঁলোকক প্রশিক্ষণ দিয়া হ'ব।
  • মুঠ আসনৰ সংখ্যা ৩,০৮১খন।
  • আবেদনকাৰীসকলক মেধাৰ ভিত্তিত প্ৰশিক্ষণৰ বাবে বাছনি কৰা হ'ব।
  • ইয়াৰ রাবে কোনো সুকীয়া পৰীক্ষা লোৱা নহয়।
  • এই বিভাগত আবেদনৰ বাবে ১০০ টকা আবেদন মাচুল জমা দিব লাগিব।
  • অনলাইনত আবেদন-পত্র জমা দিয়াৰ সময়ত সেই আবেদন মূল্যৰ ৰচিদ গাঁঠি দিব লাগিব।
  • ইয়াৰ লগতে হিন্দী আৰু ইংৰাজী ভাষাৰ বাহিৰে আন কোনো ভাষাত আবেদন-পত্ৰ পূৰণ কৰিব নোৱাৰিব।
  • আগ্রহীসকলে অনলাইনযোগে আবেদন-পত্ৰ পঠিয়াব লাগিব।
  • চলিত বৰ্ষৰ ১১ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰী পর্যন্ত আবেদনৰ প'র্টেল চলি থাকিব।
  • বিজ্ঞাপনত উল্লিখিত নিয়ম অনুসৰি আবেদনৰ বাবে যাবতীয় তথ্যসহ প্র পত্ৰ পূৰণ কৰি নির্দিষ্ট সময়ৰ ভিতৰত জমা দিব লাগিব।
  • মেধাৰ তালিকা অহা বছৰৰ ১২ ফেব্ৰুৱাৰীত প্রকাশ পাব।

Post a Comment

0 Comments