ad

Ticker

10/recent/ticker-posts

Education previous question answer | Dibrugarh University

Guidance and Counselling 

5 SEM TDC DSE EDN (CBCS)
2021
(Held in January/February, 2022 )
EDUCATION
( Discipline Specific Elective)
(For Both Honours/Non-Honours)
Paper: DSE-1(H)/5(NH)
Full Marks: 80
Pass Marks: 32
Time: 3 hours


The figures in the margin indicate full marks for the questions




1. তলব প্রশ্নসমূহব উত্তব লিখা : 1×8=8

Answer the following questions:

(a) নির্দেশনাব পিতৃ বুলি কাক কোৱা হয়?

Who is known as the father of guidance?

(b) মাধ্যমিক স্তবত নির্দেশনাব যি কোনো এটা উদ্দেশ্য উল্লেখ কৰা।

State any one objective of guidance at secondary level.

(c) সমাযোজন আৰু অপসমাযোজনৰ মাজৰ এটা পার্থক্য উল্লেখ কৰা।

Difference between Mention one adjustment and maladjustment.

(d) দলগত পৰামর্শদানব এটা উদ্দেশ্য লিখা।

Write one objective of group counselling.

(e) প্রতিমানীকৃত আহিলাৰ এটা উদাহৰণ লিখা।

Write one example of standardized tool.

(১) বৃত্তিমূলক নির্দেশনাব এটা বৈশিষ্ট্য লিখা।

Write one characteristic of vocational guidance.

(g) অনগ্ৰসৰ বা ধীৰগতিব শিশুসকলৰ এটা গুরুত্বপূর্ণ বৈশিষ্ট্য লিখা।

Mention one important characteristic of slow learners.

(h) বিদ্যালয়ত নির্দেশনা আৰু পৰামর্শ সেৱা সংগঠনৰ এটা উদ্দেশ্য লিখা।

Write one objective of organizing guidance and counselling services in school.

2. তলত দিয়াবোবব ওপৰত চমু টোকা লিখা :

Write short notes on the following:

(a) নির্দেশনাৰ সমাজতাত্ত্বিক ভিত্তি Sociological bases of guidance

(b) মাধ্যমিক বিদ্যালয়ত অভিভাৱকৰ ভূমিকা The role of parents in secondary school

(c) নির্দেশনাব এটা আহিলা হিচাপে পর্যবেক্ষণ Observation as a tool of guidance

(d) শৈক্ষিক আৰু বৃত্তিমূলক নির্দেশনাৰ মাজৰ সম্বন্ধ Relationship between educational guidance and vocational guidance

(e) নির্দেশনা কার্যসূচী সংগঠনৰ সাধাৰণ নীতিসমূহ General principles of guidance service organizing

3. নির্দেশনা বুলিলে কি বুজা? বিদ্যালয়ত নির্দেশনা সেৱাৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা। What do you mean by guidance? Discuss the importance of guidance program in the school. 3+7=10

অথবা /Or

শিক্ষাৰ বিভিন্ন স্তবত নির্দেশনা ব্যৱস্থাপনা কার্যসূচী সম্পর্কে আলোচনা কৰা।

Discuss the organization of the guidance programme at different levels of education.

4. পৰামর্শ প্রদান কি? পরামর্শ প্রদানব বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। প্রত্যক্ষ পৰামর্শ প্রদান আৰু পৰোক্ষ পৰামর্শ প্রদানৰ মাজৰ পার্থক্য লিখা।

What is counselling? Explain the non- characteristics of counselling. Write the difference between directive and directive counselling.

5. (a) নির্দেশনা সেৱাত মনোবৈজ্ঞানিক অভীক্ষা প্রয়োগৰ সুবিধাসমূহ কি? বর্ণনা কৰা।

What are the advantages of using tests in guidance? psychological Explain.

(b) সমাজমিতিৰ বিষয়ে চমুকৈ বর্ণনা কৰা। Briefly describe about the sociometry.

6. (a) পেছাগত বা বৃত্তিগত সমাযোজনত বৃত্তিমূলক নির্দেশনাব ভূমিকা সম্পর্কে আলোচনা কৰা। Discuss the role of vocational guidance on occupational adjustment.

(b) বিদ্যালয়ত প্রতিভাৱান শিশুব বাবে নির্দেশনা আৰু পৰামর্শ কি কি হ'ব পাৰে?

What types of guidance and counselling service can be provided at school to gifted children?

7. উচ্চশিক্ষা স্তৰত নির্দেশনা আৰু পৰামর্শদান সেৱা সংগঠনব নীতিসমূহ আলোচনা কৰা।

Discuss the principles of organization of guidance and counselling at higher level of education.

অথবা /Or

এজন ভাল পৰামর্শদাতাৰ গুণাবলী লিখা। পৰামর্শদান প্রক্রিয়াত পৰামর্শদাতাৰ ভূমিকা আলোচনা কৰা।

Write about the qualities of a good counsellor. Discuss the role of counsellor in counselling process.



2nd Sessional Test - 2021

5th Semester (DSC)

EDDSEN 505

Marks: 20

1. Answer the following questions:

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া: 1 x 4 =4

a) Who is the chief exponent of Directive counseling?

প্রত্যক্ষ পৰামৰ্শদানৰ মুখ্য প্রবর্তক কোন?

b) What is Non-Directive counseling?

পৰোক্ষ পৰামৰ্শদান মানে কি?

c) Write one characteristic of Eclectic Counseling?

সাৰগ্ৰাহী বা মনোনীত পৰামৰ্শদানৰ এটা বৈশিষ্ট লিখা।

d) Who is the chief advocate of Eclectic Counseling?

সাৰগ্ৰাহী পৰামৰ্শদানৰ পৃষ্ঠপোষক কোন?

2. Discuss the Principles of counseling

ৰামৰ্শদানৰ নীতিসমূহ আলোচনা কৰা। 8

3. Explain the problems of Adjustment in Adolescents. 8

কৈশোৰৰ সময়োজনৰ সমস্যাসমূহ ব্যাখ্যা কৰা।

Or

Explain the Qualities of a good counselor.

এজন ভাল পৰামৰ্শদাতাৰ গুণসমূহ ব্যাখ্যা কৰা




1st Sessional Test - 2021 5th Semester (DSC) EDDSEN 505


1. Answer the following questions

তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ

(a) What is the Meaning of word "Guidance"?

"নির্দেশনা" শব্দটো অর্থ কি?

(b) Write one definition of guidance ? নির্দেশনাব এটা সংজ্ঞা দিয়া?

(c) What do you understand by gifted children?

প্রতিভাশালী শিক্ষার্থী বুলিলে কি বুজা?

(d) One write one charactristics of Creative Students?

সৃজনীশীল শিক্ষার্থীৰ এটা বৈশিষ্ট্য লিখা?

2. Write the principles of guidance?

নির্দেশনাৰ নীতিবোৰ লিখা?

3. What are the guidance at elementary education level?

প্রাথমিক শিক্ষা স্তৰৰ নির্দেশনাসমূহ কি কি?

4. Explain the Relationship between educational and vocatioal guidance.

শিক্ষামূলক আৰু বৃত্তিমূলক নির্দেশনাৰ সম্পর্ক ব্যাখ্যা কৰা।

or

Discuss the characteristics of gifted students?

প্রতিভাৱান শিক্ষার্থীৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।




Education in Post-Independent India


6 SEM TDC DSE EDN (CBCS) 2 (NH)

2022

(June/July )

EDUCATION

( Discipline Specific Elective )

(For Non-Honours)

Paper: DSE-2

Full Marks: 80

Pass Marks: 32

Time: 3 hours

The figures in the margin indicate full marks for the questions


1. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা : Answer the following questions :

1×8=8

(a) ভাৰতৰ সংবিধানখন কেতিয়া কার্যকৰী কৰা হৈছিল?

When did the Constitution of India implement?

(b) এলাহাবাদ বিশ্ববিদ্যালয় কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?

In which year was the Allahabad University established?

(c) ভাৰতীয় গণপৰিষদৰ সভাপতি কোন আছিল?

Who was the Chairperson of the Constituent Assembly?

(d) কোঠাৰী আয়োগ কেতিয়া গঠিত হৈছিল?

When did Kothari Commission set up?

(e) সংবিধানৰ কোনটো অনুচ্ছেদত নাবীশিক্ষাৰ কথা উল্লেখ আছে?

Which Article of the Constitution states on women education?

(f) ১৯৫২-৫৩ চনব মুদালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ যি কোনো এটা ত্রুটি/দোষ উল্লেখ কৰা।

Mention any one defect of existing curriculum of secondary education according to Mudaliar Commission, 1952-53.

(g) MCI ৰ সম্পূৰ্ণ ৰূপটো লিখা। Write the full form of MCI.

(h) ৰাষ্ট্রীয় জ্ঞান আয়োেগ (২০০৫)ৰ অধ্যক্ষ কোন আছিল?

Who was the Chairman of the National Knowledge Commission, 2005?


2. তলত দিয়াবোৰৰ পৰা যি কোনো চাৰিটাৰ চমু টোকা লিখা : 5×4=20

Write short notes on any four of the following:

(a) বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা

Free and compulsory education

(b) মুদালিয়াব আয়োগ, ১৯৫২-৫৩ৰ মতে মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ

Defects of secondary education according to Mudaliar Commission, 1952-53

(c) কোঠাৰী আয়োগ নিযুক্তিৰ কাৰণ

Reason for setting up of Kothari Commission

(d) ৰাষ্ট্রীয় উচ্চতৰ শিক্ষা অভিযান (RUSA)ব চাৰিটা বৈশিষ্ট্য

Four characteristics of Rashtriya Uchchatar Shiksha Abhiyan (RUSA)

(e) বাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযানৰ উদ্দেশ্য

Objectives of Rashtriya Madhyamik Shiksha Abhiyan

(f) ৰাষ্ট্রীয় মূল্যায়ন আৰু প্রত্যায়ন পৰিষদ (NAAC)ব উদ্দেশ্য আৰু মিছন

Objectives and mission of National Assessment and Accreditation Council (NAAC)

3. স্বাধীনতাৰ সময়ত ভাৰতৰ শিক্ষাৰ অৱস্থা সম্পর্কে লিখা। 11

Write briefly about the situation of education in India at the time of Independence.

অথবা / Or

ভাৰতীয় সংবিধানৰ শিক্ষা-সম্পৰ্কীয় সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে বহলাই আলোচনা কৰা।

Discuss elaborately the provisions of the Indian Constitution regarding education.

4. পৰীক্ষা পদ্ধতিৰ সংস্কাৰৰ বাবে কোঠাৰী আয়োগে দিয়া পৰামৰ্শসমূহ উল্লেখ কৰা।

Mention the recommendations of Kothari Commission regarding the reformation of examination system.

5. ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযান মানে কি? বাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযানৰ কাৰ্য বা পদ্ধতিসমূহ আলোচনা কৰা।

What is Rashtriya Madhyamik Shiksha Abhiyan? Discuss the functions of Rashtriya Madhyamik Shiksha Abhiyan.

6. সর্বশিক্ষা অভিযান মানে কি? সর্বশিক্ষা অভিযানৰ উদ্দেশ্য আৰু কার্যাৱলী লিখা।

What is Sarva Shiksha Abhiyan? Write the objectives and functions of Sarva Shiksha Abhiyan.

7. ৰাষ্ট্রীয় বা জাতীয় শিক্ষানীতিৰ মুখ্য উদ্দেশ্যসমূহ আলোচনা কৰা। Discuss about the major objectives of the National Policy on Education.

অথবা / Or

বাষ্ট্রীয় শিক্ষানীতি, ১৯৬৮ সম্পর্কে লিখা।

Write about the National Education Policy, 1968.






2 Sessional Test, 2022

B.A. 6 Semester (DSC)

Subject: Education

Paper Code: EDDSEN 602 & GEEDN 601

Title: Education in Post Independent India

Marks: 20

Time 1 hour

1. Answer the following questions 1x5=5


a) Write the full form of CABE

CABE ৰ সম্পূৰ্ণ ৰূপাটা লিখা।


b) Mention one defect of Secondary education,

মাধ্যমিক শিক্ষাৰ এটা সমস্যা উল্লেখ কৰা।


c) What is the full form of DPEP

DPEP ৰসম্পূর্ণ ৰূপটো নিখা।


d) From which year the Sarva Siksha Abhiyan was activated?
সর্বশিক্ষা অভিযান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়?

e) When did the RMSA was launched?
বাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযান আচনিখনৰ শুভাৰয় কেতিয়াৰ পৰা কৰা হয়?


2 Write any ONE question from the following
তলত দিয়া প্রশ্নসমূহৰ পৰা যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰা।

a) What do you mean by SarvaSiksha Abhiyan? Write the objectives of SSA.
সর্বশিক্ষা অভিযান বুলিলে কি বুজা? ইয়াৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা। 3+7=10

b) Discuss the recommendations of Secondary Education Commission regarding method of teaching and training of Teachers,
মাধ্যমিক শিক্ষা আযোগে শিক্ষাদানপদ্ধতি আৰু শিক্ষকৰ প্রশিক্ষণ সম্পর্কে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। 5+5=10

3. Write short notes (any ONE)
চমু টোকা লিখা।। যিকোনো এটাৰ) 5

a) Defects of Secondary education
মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ

b) Operation Blackboard,
কৃষ্ণফলক আঁচনি

c) Right to Education Act.
শিক্ষাৰ অধিকাৰ আইন আঁচনি


1st Sessional Test 2022 6th Semester (EDDSC/GEEDN)

Subject: Education Time: 1 hr

Marks: 20

Answer the following questions:
চমু উত্তৰ দিয়া:


1. When was University Education Commission Appointed.
বিশ্ববিদ্যালয় শিক্ষা আযোগ কেতিয়া নিযুক্তি হৈছিল?

2. When was the UGC established.
UGC কেতিয়া প্রতিষ্ঠা হৈছিল?

3. Who was the founder of University Education Commission.
বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ প্ৰতিষ্ঠাপক কোন?

4. Write the Full Form of CABE.
CABEৰ সম্পূৰ্ণ ৰূপটো কি?

5. Write briefly about the Educational scenario in India at the time of Independence.
স্বাধীনতাৰ সময়ৰ ভাৰতবৰ্ষৰ শৈক্ষিক দৃশ্যপটৰ বিষয়ে চমুকৈ লিখা।

6. Write about National Education Policy 1968.
1968 চনৰ ৰাষ্ট্রীয় শিক্ষানীতিৰ বিষয়ে লিখা।

OR

Discuss the recommendations about the aims of education of University Education Commission of 1948 and 1949
1948 আৰু 1949 চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ শিক্ষাৰ লক্ষ্য সম্পর্কে পৰামৰ্শৱলী আলোচনা কৰা।




Post a Comment

0 Comments